cover image: বকৰৱালসকল: তুষাৰপাত-অতিবৃষ্টিত বিকল পশুপালকৰ জীৱন

20.500.12592/mbzs6d

বকৰৱালসকল: তুষাৰপাত-অতিবৃষ্টিত বিকল পশুপালকৰ জীৱন

16 Sep 2023

২০২৩ৰ গ্ৰীষ্মকালৰ কথা, জম্মুত উষ্ণতা বাঢ়িবলৈ ধৰাত পশুপালকসকলে হিমালয়ৰ ওখ স্থানলৈ যোৱাৰ বাবে সাজু হৈছিলহে। কিন্তু তাত থকা চৰণীয়া পথাৰবোৰত অস্বাভাৱিক শীত পৰাত তেওঁলোক থমকি ৰ’বলগীয়া হয়। এনেকৈ ৰৈ থকাত আৰু যাত্ৰাপথত সন্মুখীন হোৱা অতিবৃষ্টিত তেওঁলোকে বুজন সংখ্যক পশুধন হেৰুৱাইছে

Authors

Muzamil Bhat,Sanviti Iyer,Pankaj Das

Published in
India
Rights
© Muzamil Bhat,Sanviti Iyer,Pankaj Das