cover image: বিভ্ৰান্ত এখন চহৰত এজন আদিবাসীৰ মনৰ কথা

20.500.12592/n22fhc

বিভ্ৰান্ত এখন চহৰত এজন আদিবাসীৰ মনৰ কথা

14 Sep 2023

বিভ্ৰান্ত চহৰৰ উপান্ত নাগৰিক হৈ বাধ্যত পৰি শ্বাসৰুদ্ধ এক পৰিৱেশত জীয়াই থকা যাওক, নে সকলো এৰি আকৌ সেই গাওঁখনলৈ উভতি আহিলেই জীৱনটো মৰ্য্যাদা আৰু শান্তিৰে জীয়াব পৰা যাব - পেটৰ তাড়না আৰু মনৰ তাগিদাৰ মাজত দোদ্যুল্যমান বৰ্তমান এটাক পঞ্চমহলি ভিলি ভাষাত কবিয়ে প্ৰকাশ কৰিছে

Authors

Vajesinh Pargi,Labani Jangi,Pankaj Das

Published in
India
Rights
© Vajesinh Pargi,Labani Jangi,Pankaj Das