cover image: পাঞ্জাৱত শস্যৰ ক্ষতি, ঋণ আৰু উদ্বিগ্নতা

20.500.12592/w2vd2m

পাঞ্জাৱত শস্যৰ ক্ষতি, ঋণ আৰু উদ্বিগ্নতা

12 Sep 2023

শ্ৰী মুক্তসৰ সাহিব জিলাত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। অকাল বৃষ্টি আৰু শিল বৰষুণত একেৰাহে দুবাৰকৈ ৰবি শস্য নষ্ট হৈছে। জীৱন-জীৱিকা দুয়োটাই ব্যাহত হৈছে

Authors

Sanskriti Talwar,Kavitha Iyer,Pankaj Das

Published in
India
Rights
© Sanskriti Talwar,Kavitha Iyer,Pankaj Das