cover image: ‘দিল্লীখন কোনে ডুবালে?’

20.500.12592/5gtkrr

‘দিল্লীখন কোনে ডুবালে?’

7 Sep 2023

ৰাজধানীখন সজাই-পৰাই তোলা হৈছে, কিয়নো ২০২৩ৰ ৮ ছেপ্টেম্বৰত আছে জি-২০ সন্মিলন। কিন্তু এই চমকে সকলোকে স্পৰ্শ কৰা নাই। শেহতীয়া বানপানী আৰু চলিত উন্নয়নৰ প্ৰকল্পৰ ফলত স্থানচ্যুত হোৱাসকল, এতিয়া ৰাস্তাই যাৰ ঘৰ, তেওঁলোকক কাৰো চকুৰ আগত নোলাবলৈ কোৱা হৈছে

Authors

Shalini Singh,Priti David,Pankaj Das

Published in
India
Rights
© Shalini Singh,Priti David,Pankaj Das