cover image: মণিপুৰৰ সৰ্বত্ৰে এতিয়া জুই, ধোঁৱা আৰু ছাই...

20.500.12592/j2xccw

মণিপুৰৰ সৰ্বত্ৰে এতিয়া জুই, ধোঁৱা আৰু ছাই...

21 Aug 2023

গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ। কুকি আৰু মেইটে দুয়োটা সম্প্ৰদায়ৰে অসংখ্যাজনে দুঃসহ স্মৃতি লৈ নিজৰ প্ৰিয়জন, আপোন ঘৰখন হেৰুৱাই এতিয়া দিন কটাইছে আশ্ৰয় শিবিৰত। দিন কেতিয়া ভাললৈ আহিব, আহিব নে নাহে সেই সম্পৰ্কে তেওঁলোকে একোৱেই নাজানে

Authors

Parth M.N.,Priti David,Dhrubajyoti Dhanantari

Published in
India
Rights
© Parth M.N.,Priti David,Dhrubajyoti Dhanantari