cover image: গোন্ধত আমোলমোল পুক্কড়ই বজাৰ

20.500.12592/chw7d4

গোন্ধত আমোলমোল পুক্কড়ই বজাৰ

18 Aug 2023

চেন্নাইৰ ৰংচঙীয়া ব্যস্ত ফুলৰ বজাৰবোৰত পুৱাই খদমদম লাগে, স্থানীয় ভাষাত এই বজাৰক কোৱা হয় পুক্কড়ই। প্ৰব্ৰজনকাৰী শ্ৰমিকসকল তেওঁলোকৰ গাঁৱৰ খেতি-খোলাৰ কাম শেষ কৰি অন্য জীৱিকাৰ সন্ধানত ইয়ালৈ আহে

Authors

Aparna Karthikeyan,Manoranjan Majumder

Published in
India
Rights
© Aparna Karthikeyan,Manoranjan Majumder