cover image: ‘গান্ধী-আম্বেদকাৰৰ মাজত এজনক বাছি লোৱাটো জৰুৰী নেকি?’

20.500.12592/t39rd2

‘গান্ধী-আম্বেদকাৰৰ মাজত এজনক বাছি লোৱাটো জৰুৰী নেকি?’

15 Aug 2023

পোন্ধৰ আগষ্টৰ দিনা পাৰিয়ে আপোনালোকলৈ আগবঢ়াইছে শোভাৰাম গেহেৰৱাৰৰ কাহিনী, যিগৰাকী মুক্তিযুঁজাৰুৱে ব্ৰিটিছৰ গুলি খাইছিল আৰু স্বাধীনতা আন্দোলনত আহত হৈছিল। নিজকে গান্ধীবাদী বুলি কোৱা ৰাজস্থানৰ দলিত সম্প্ৰদায়ৰ শোভাৰামৰ বয়স এতিয়া ৯৭ বছৰ। তেওঁ আম্বেদকাৰৰ এজন আপোচবিহীন প্ৰশংসক আৰু আত্মগোপনকাৰী বিদ্ৰোহী গোটৰ এজন সদস্য। ২০২২ত পেংগুইনে প্ৰকাশ কৰা পি. সাইনাথৰ ‘দা লাষ্ট হিৰ’জ, ফুট চ’লজাৰ্চ অৱ ইণ্ডিয়াজ ফ্ৰীডম’ৰ এয়া এক উদ্ধৃত অংশ

Authors

P. Sainath,Pankaj Das

Published in
India
Rights
© P. Sainath,Pankaj Das