cover image: দীঘলীয়া জীৱনযাত্ৰাৰ সহযাত্ৰী গ্ৰন্থাগাৰ এটাৰ কথাৰে

20.500.12592/s9bcxm

দীঘলীয়া জীৱনযাত্ৰাৰ সহযাত্ৰী গ্ৰন্থাগাৰ এটাৰ কথাৰে

9 Aug 2023

মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ মুমব্ৰাত অৱস্থিত ’ৰেহনুমা কেন্দ্ৰ’ই মুছলমান পৰিয়ালৰ যুৱতীসকলক – যিবিলাকৰ মাজত বহুসংখ্যক আকৌ প্ৰব্ৰজনকাৰী মুছলমান পৰিয়ালৰ - অন্তৰংগ আলাপৰ বাবে এডোখৰ সুন্দৰ ঠাই প্ৰদান কৰাৰ উপৰিও আৰামত কিতাপ পঢ়িবলৈ, ইংৰাজী ভাষা শিকিবলৈ নাইবা সিহঁতৰ গাঁৱৰ ঘৰকেইখনৰ সপোন দেখিবলৈ সুযোগ দিয়ে

Authors

Apekshita Varshney,Sharmila Joshi,Deity

Published in
India
Rights
© Apekshita Varshney,Sharmila Joshi,Deity