cover image: তুলুনাৰুৰ আতচবাজীৰ কাৰিকৰসকল

20.500.12592/x58p5q

তুলুনাৰুৰ আতচবাজীৰ কাৰিকৰসকল

7 Aug 2023

কৰ্ণাটকৰ একাধিক সংহত পৰম্পৰাৰ ভিতৰত মুছলমানে শিল্পীয়ে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাবে ফটকা বনোৱা আৰু ফুটোৱাটোও এটা পৰম্পৰা। ৰং, শব্দ আৰু পোহৰেৰে অনুষ্ঠানবোৰক অনন্য মাত্ৰা প্ৰদান কৰা কৰ্ণাটকৰ তুলুনাৰু অঞ্চলৰ এই সুকীয়া গাৰ্নাল চাইবেৰৰ পৰম্পৰাক লৈ এখন তথ্যচিত্ৰ

Authors

Faisal Ahmed,Siddhita Sonavane,Dhrubajyoti Dhanantari

Published in
India
Rights
© Faisal Ahmed,Siddhita Sonavane,Dhrubajyoti Dhanantari