cover image: নিতৌ এটা আলু খাবা, ডাক্তৰ চাহাবক দূৰতে ৰাখিবা

20.500.12592/d9qtgx

নিতৌ এটা আলু খাবা, ডাক্তৰ চাহাবক দূৰতে ৰাখিবা

9 Aug 2023

কেৰালাৰ ইডুকি পাহাৰৰ এডামলাকুড়ীৰ প্ৰাথমিক বিদ্যালয়ৰ আদিবাসী ল’ৰাবোৰে আত্মপ্ৰত্যয়েৰে ভৰা কণ্ঠৰে এগৰাকী ডাক্তৰক সম্বোধি গান গাইছে। দৰাচলতে তেওঁলোকে এইটো তেওঁলোকৰ নিজৰ শ্ৰেণীৰ ছোৱালীবোৰে গোৱা ‘আলুৰ প্ৰশস্তি গীত’ৰ সৈতে ফেৰ মাৰি গাইছে

Authors

P. Sainath,Lonli Gogoi

Published in
India
Rights
© P. Sainath,Lonli Gogoi