cover image: ‘মাটিখিনি সঁচায়ে মই পামনে?’

20.500.12592/8fs6mg

‘মাটিখিনি সঁচায়ে মই পামনে?’

31 Jul 2023

তেলাংগনাৰ ধৰণী প’ৰ্টেলৰ ক্ৰুটিৰ ফলত উপান্ত আৰু ক্ষুদ্ৰ খেতিয়ক গুৰুত্বপূৰ্ণ ৰাজ্যিক আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে

Authors

Amrutha Kosuru,Sanviti Iyer,Pankaj Das

Published in
India
Rights
© Amrutha Kosuru,Sanviti Iyer,Pankaj Das