cover image: হাতীৰ ভয়ত উছন এখন গাওঁ

20.500.12592/zjfmwc

হাতীৰ ভয়ত উছন এখন গাওঁ

29 Jul 2023

পটলপুৰত এতিয়া এখনেই ঘৰ আছে - উজ্বল আৰু চন্দনা দাসৰ ঘৰ। হাতীৰ ভয়ত বাকী সকলোৱে গাওঁখন এৰি গৈছে - খেতি উচন কৰিলেও, প্ৰতিবাৰ ঘৰ ভাঙি পেলোৱাৰ পিছতো চন্দনাহঁতে এতিয়াও আশা এৰি দিয়া নাই, খেতিও এৰা নাই

Authors

Sayan Sarkar,Sarbajaya Bhattacharya,Pankaj Das

Published in
India
Rights
© Sayan Sarkar,Sarbajaya Bhattacharya,Pankaj Das