cover image: ক্ষতিপূৰণৰ দীঘলীয়া বাট, অপেক্ষা অন্তহীন

20.500.12592/rh9fh3

ক্ষতিপূৰণৰ দীঘলীয়া বাট, অপেক্ষা অন্তহীন

19 Jul 2023

ওড়িশাত কামৰ সন্ধানত অন্য ৰাজ্যলৈ ধাপলি মেলা শ্ৰমিকে চৰকাৰৰ কল্যাণকামী আঁচনিৰ সুবিধাসমূহ পাব লাগে ঠিকেই, কিন্তু সেয়া পোৱাৰ বাট বৰ দুৰ্গম, অপেক্ষা অন্তহীন

Authors

Anil Sharma,S. Senthalir,Pankaj Das

Published in
India
Rights
© Anil Sharma,S. Senthalir,Pankaj Das