ৰীতা আক্কাৰ (বাই) প্ৰতিটো দিনৰ আৰম্ভণি হয় চেন্নাই পৌৰনিগমৰ কট্টুপুৰম চহৰৰ ৰাস্তা-ঘাটৰ আৱৰ্জনাবোৰ পৰিস্কাৰ কৰাৰ পৰা। কিন্তু বিশেষভাবে সক্ষম ঠিকাভিত্তিক কৰ্মচাৰী ৰীতা বাইৰ সন্ধিয়াৰ সময়বোৰ তেওঁৰ অতিকৈ মৰমৰ বাটৰ কুকুৰবোৰৰ লগত কথা পাতি আৰু খাদ্য খুওৱাই পাৰ হয়
Authors
- Published in
- India
- Rights
- © M. Palani Kumar,Deity