cover image: ৰঙা এটা চিকচিকীয়া বল আৰু জনপ্ৰিয় এখন খেলৰ আঁৰৰ পৰিশ্ৰান্ত শিল্পী

20.500.12592/b1n578

ৰঙা এটা চিকচিকীয়া বল আৰু জনপ্ৰিয় এখন খেলৰ আঁৰৰ পৰিশ্ৰান্ত শিল্পী

17 Jul 2023

ক্ৰিকেট খেলৰ কেন্দ্ৰবিন্দু সেই চকচকীয়া ৰঙা বলটো মীৰাট জিলাৰ অতিশয় দক্ষ চৰ্মকাৰসকলে প্ৰস্তুত কৰে৷ তেওঁলোকে বলটোৰ টেনিং, গ্রীজিং, কাটিং, চিলাই, শ্বেপিং, লেকাৰিং আৰু ষ্টেম্পিঙকে ধৰি বিভিন্ন প্ৰক্ৰিয়াত দীঘলীয়া সময়ৰ বাবে কাম কৰে। সকলোকে মোহাচ্ছন্ন কৰি ৰখা এই খেলবিধৰ সৈতে জড়িত হোৱা স্বত্ত্বেও এই জীৱিকাক এটা জাতিভিত্তিক বৃত্তি হিচাপেই গণ্য কৰা হৈ আহিছে

Authors

Shruti Sharma,Riya Behl,Manoranjan Majumder

Published in
India
Rights
© Shruti Sharma,Riya Behl,Manoranjan Majumder