বিদৰ্ভৰ কৃষি সংকটত জৰ্জৰিত য়াভাতমল জিলালৈ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূৰ্বে তেওঁলৈ এখন পত্ৰ দিয়া হৈছিল, য’ত এইবুলি লিখা হৈছিল, ‘যদি আপুনি হতভগীয়া বিধৱাসকলক সাক্ষাতৰ অনুমতি দিয়ে, তেন্তে আমি একান্তভাৱে বাধিত হ’ম’
Authors
- Published in
- India
- Rights
- © P. Sainath,Manoranjan Majumder