ঝাৰখণ্ডৰ নিৰ্বাচন এইটো মাহৰ শেষৰ ভাগত অনুষ্ঠিত হ’ব। ভোটদান কাষ চাপি অহাৰ লগে লগে জনজাতীয় ভোটদাতাসকলে প্ৰশ্ন তুলিছে যে ২০২৪ৰ মে’ত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকক নেতাবোৰে মৌলিক সা-সুবিধাখিনিৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া কিয় পুৰণ কৰা নহ’ল
Authors
- Published in
- India
- Rights
- © Ashwini Kumar Shukla,Priti David,Pankaj Das