সমগ্ৰ মহাৰাষ্ট্ৰত শ শ ডেকা ল’ৰা-ছোৱালীয়ে চৰকাৰী চাকৰিৰ আশাত কঠোৰ পৰিশ্ৰম কৰিছে যাতে কোনোমতে অগ্নিবীৰ হিচাপে সেনাত ভৰ্তি হ’ব পাৰে। কিন্তু তাত ভৰ্তি হোৱাটোৱেই জানো শেষ কথা, সেনাবাহিনীত স্থায়ী কেৰিয়াৰ লাভৰ আশাত অগ্নিবীৰত ভৰ্তি হোৱাসকলৰ এক-চতুৰ্থাংশৰহে চাকৰি স্থায়ী হ’ব, বাকীবোৰক চাৰিবছৰ পিছত অব্যাহতি দিয়া হ’ব। প্ৰশিক্ষণপ্ৰাপ্ত তেনে সৈন্যই আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, চাকৰি বিচাৰিব লাগিব
Authors
- Published in
- India
- Rights
- © Parth M.N.,Priti David,Pankaj Das