‘কোনোবা নহয় কোনোবাই চাৰপাই বিচাৰি ফোন কৰেই’

5 Nov 2024

ভগত ৰাম যাদৱে হাৰিয়ানাৰ নিজ গাঁৱত চাৰপাই আৰু পীড্ডা বনোৱা কাম কৰে। তেওঁ বনোৱা মজবুত চাৰপাই-পীড্ডা গোটেই দেশ ভ্ৰমিছে, দিল্লী-হাৰিয়ানা সীমান্তত কৃষকে কৰা বছৰজোৰা প্ৰতিবাদী কাৰ্য্যসূচীৰো অংশ আছিল সেই চাৰপাই

Authors

Sanskriti Talwar,Naveen Macro,Sarbajaya Bhattacharya,Pankaj Das

Published in
India
Rights
© Sanskriti Talwar,Naveen Macro,Sarbajaya Bhattacharya,Pankaj Das