জীৱিকাৰ বাবে জালালে বিভিন্ন ধৰণৰ মাছধৰা সঁজুলি সাজি আহিছে - থলুৱা ভাষাত তেনে কিছুমান সঁজুলিৰ নাম চেপা, বাইৰ, দুয়েৰ, দিয়েৰ আদি। কিন্তু পৰ্যাপ্ত বৰষুণৰ অভাৱত অসমৰ জলাশয়বোৰ শুকাই গৈছে, ফলত মাছধৰা সঁজুলিৰ চাহিদা লক্ষণীয় হাৰত কমিছে, লগতে কমিছে তেওঁৰ আয়
Authors
- Published in
- India
- Rights
- © Mahibul Hoque,Priti David,Dhrubajyoti Dhanantari