দাৰ্জিলিঙত মহিলা কুলিৰ পিঠিত দায়িত্বৰ বোজা

22 Mar 2024

গেছ চিলিণ্ডাৰেই হওক, শাক-পাচলিয়েই হওক অথবা পানী বা অন্যান্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী- নেপালৰ পৰা প্ৰব্ৰজিত থামি সম্প্ৰদায়ৰ মহিলাসকলক দাৰ্জিলিঙৰ ওখ-চাপৰ পথত এই সামগ্ৰীবোৰ কঢ়িয়াই থকা দেখা পোৱা যায়৷ পুৰুষ কুলিৰ দৰেই তেওঁলোকেও গধূৰ সামগ্ৰী কঢ়িয়াই নিয়ে যদিও মাননি কিন্তু পুৰুষৰ তুলনাত অতিশয় কম পায়

Authors

Rhea Chhetri,Sanviti Iyer,Manoranjan Majumder

Published in
India
Rights
© Rhea Chhetri,Sanviti Iyer,Manoranjan Majumder