এটোপাল পানীলৈ জনতাই হামৰাও কাঢ়ি মৰে…পানী পানী কৰি ফুৰে

22 Mar 2024

গ্ৰীষ্মৰ দিন অহাৰ লগে লগে সমগ্ৰ দেশত পানীক লৈ মানুহৰ চিন্তা আৰম্ভ হয়, পানী থাকিবনে এইবাৰ নে আৰু বাঢ়িব সংকট - তাকে লৈ মানুহ উদ্বিগ্ন হয়। ২২ মাৰ্চত বিশ্ব জল দিৱস উপলক্ষে পাৰিয়ে বিশুদ্ধ খোৱাপানী - যিটো মৌলিক অধিকাৰ স্বত্ত্বেও বহুতেই বঞ্চিত, তাক লৈ হোৱা অন্যায় আৰু বৈষম্যক লৈ এক প্ৰতিবেদন আগবঢ়াইছে

Authors

PARI Team,Sarbajaya Bhattacharya,Priti David,Binaifer Bharucha,Pankaj Das

Published in
India
Rights
© PARI Team,Sarbajaya Bhattacharya,Priti David,Binaifer Bharucha,Pankaj Das