যাযাবৰ সম্প্ৰদায়ৰ (লোহাৰ) চালমা আৰু বিজয়ে হাৰিয়ানাৰ বাহালগড় বজাৰৰ ফুটপাথৰ অস্থায়ী চালি এখনৰ তলত থাকি কাম কৰে৷ পদে পদে উচ্ছেদৰ ভয়ে শংকিত কৰিলেও তেওঁলোকে নিতৌ লোৰ চালনী, হাতুৰী-বটালি, কুঠাৰ আদিকে ধৰি বিভিন্ন লোৰ সামগ্ৰী নিৰ্মাণ কৰি বিক্ৰী কৰে
Authors
- Published in
- India
- Rights
- © Sthitee Mohanty,Swadesha Sharma,Manoranjan Majumder