দক্ষিণ বিহাৰৰ ক্ষুদ্ৰ পাণ খেতিয়কক অনিয়মীয়া আৰু বিষম বতৰে বিপাঙত পেলাইছে। ইফালে চৰকাৰী ক্ষতিপূৰণো নগণ্য। মগহি পানে ২০১৭ চনতে জি.আই. টেগ পাইছিল যদিও খেতিয়কসকলে কয় যে সেই টেগে তেওঁলোকক চিন্তামুক্ত কৰা নাই, সমস্যা একেই আছে
Authors
Umesh Kumar Ray,Shreya Katyayini,Shreya Katyayini,Priti David,Pankaj Das
- Published in
- India
- Rights
- © Umesh Kumar Ray,Shreya Katyayini,Shreya Katyayini,Priti David,Pankaj Das