cover image: অযোধ্যাত ফঁহিয়াই চালে পাব ইশ্বৰ

20.500.12592/kprr9vw

অযোধ্যাত ফঁহিয়াই চালে পাব ইশ্বৰ

9 Feb 2024

অযোধ্যাত নতুনকৈ নিৰ্মাণ কৰা ৰাম মন্দিৰৰ চৌহদত বিগত চাৰি দশক ধৰি চুবুৰীয়া হিচাপে বাস কৰি আহিছে এটি হিন্দু আৰু এটি মুছলমান পৰিয়াল। অযোধ্যাৰ বুজন পৰিমাণৰ মাটি হাজাৰ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে অধিগৃহীত হ’বলৈ ধৰাত তেওঁলোকৰ ঘৰ, বন্ধুত্ব আৰু পাৰিবাৰিক সম্পৰ্কতো এতিয়া প্ৰভাৱ পৰিছে

Authors

Shweta Desai,Priti David,Dhrubajyoti Dhanantari

Published in
India
Rights
© Shweta Desai,Priti David,Dhrubajyoti Dhanantari