cover image: কুনোৰ আবদ্ধ চিতা আৰু নিৰ্বাসিত আদিবাসী

20.500.12592/41ns6ps

কুনোৰ আবদ্ধ চিতা আৰু নিৰ্বাসিত আদিবাসী

6 Feb 2024

কুনো এতিয়া সেউজ ৰাজনীতিৰ আখৰাথলী। সংৰক্ষণৰ প্ৰকল্পৰ নামত প্ৰচুৰ ধন ব্যয় আৰু ৰাজ্যৰ হেঁচাত পৰি কুনোত সংৰক্ষণৰ প্ৰকল্প গুছি এতিয়া চিতাবাঘ ছাফাৰি চলিব। আজিপৰ্য্যন্ত সৰহভাগ সময় আৱেষ্টনীতে কটোৱা চিতাবাঘৰ বাবে অৰণ্যৰ পৰা বিস্থাপিত হোৱা শ শ লোকে কাম, স্কুল, খৰি আনকি খোৱাপানীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে

Authors

Priti David,P. Sainath,Pankaj Das

Published in
India
Rights
© Priti David,P. Sainath,Pankaj Das