cover image: কোড়াভাটিপুড়িৰ কুমাৰসকল

20.500.12592/w6m952h

কোড়াভাটিপুড়িৰ কুমাৰসকল

3 Feb 2024

ভদ্ৰৰাজুৰ হাতৰ নৈপুণ্য ১০ লিটাৰৰ মাটিৰ পাত্ৰটোত ধুনীয়াকৈ ফুটি উঠে৷ মাটিৰ পাত্ৰ নিৰ্মাণৰ প্ৰতিটো ঢাপত কোনো মেচিনৰ সহায় নোহোৱাকৈ সহধৰ্মিনীৰ সহযোগত ৭০ বৰ্ষীয় ভদ্ৰৰাজুই বিগত বহু বছৰ ধৰি এই কাম কৰি আহিছে৷ কোড়াভাটিপুড়িৰ অন্য কুমাৰসকলে যন্ত্ৰেৰে নিৰ্মিত পাত্ৰৰ ব্যৱসায়লৈ ঢাল খোৱাৰ বিপৰীতে ভদ্ৰৰাজুই হাতেৰে নিৰ্মিত মাটিৰ পাত্ৰৰ ব্যৱসায়তহে মনোনিৱেশ কৰিছে

Authors

Ashaz Mohammed,Sanviti Iyer,Manoranjan Majumder

Published in
India
Rights
© Ashaz Mohammed,Sanviti Iyer,Manoranjan Majumder