cover image: আত্ৰেয়াপুৰমৰ সুস্বাদু চাউলৰ কাগজ-মিঠাই

20.500.12592/k3j9r7p

আত্ৰেয়াপুৰমৰ সুস্বাদু চাউলৰ কাগজ-মিঠাই

28 Jan 2024

আত্ৰেয়াপুৰমৰ পুথাৰেকুলুই যোৱা বছৰ জিআই (ভৌগোলিক সূচক) টেগৰ স্বীকৃতি লাভ কৰিছে ৷ চাউলৰ পাতল পাটেৰে মেৰিওৱা অন্ধ্ৰ প্ৰদেশৰ এই সুস্বাদু মিঠাইবিধে গ্ৰাহকৰ জিভালৈ পানী অনাৰ লগতে এক বিশিষ্ট পৰিচয়ো লাভ কৰিছে৷ এই মিঠাইবিধ সাধাৰণতে সেই পটু মহিলাসকলে প্ৰস্তুত কৰে যি মছমছীয়া আৰু চাউলৰ একেবাৰে পাতল কাগজৰ লেখীয়া পাট নিৰ্মাণত সিদ্ধহস্ত৷ বিনিময়ত তেওঁলোকৰ প্ৰাপ্যখিনি কিন্তু সেই মিঠাইৰ দৰে সুস্বাদু নহয়

Authors

Amrutha Kosuru,PARI Desk,Manoranjan Majumder

Published in
India
Rights
© Amrutha Kosuru,PARI Desk,Manoranjan Majumder