cover image: বাচাইৰ চাফেকাৰৰ হাতত ন্যস্ত দশকজোৰা কমাৰশিল্পৰ ভৱিষ্যত

20.500.12592/6t1g6df

বাচাইৰ চাফেকাৰৰ হাতত ন্যস্ত দশকজোৰা কমাৰশিল্পৰ ভৱিষ্যত

29 Jan 2024

সপ্তম প্ৰজন্মৰ লোহাৰ (কমাৰ) ৰাজেশ চাফেকাৰে কৃষক, কল আৰু নাৰিকল খেতিয়ক, কচাই, মাছমৰীয়া আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে লোৰ সঁজুলি তৈয়াৰ কৰি আহিছে, তাৰে বহুতো সঁজুলিৰ ডিজাইন তেওঁ নিজে উদ্ভাৱন কৰা

Authors

Ritu Sharma,Jenis J Rumao,Sanviti Iyer,Priti David,Pankaj Das

Published in
India
Rights
© Ritu Sharma,Jenis J Rumao,Sanviti Iyer,Priti David,Pankaj Das