cover image: ‘এইখন মোৰ শৈশৱৰ মালভূমি নহয়’

20.500.12592/47d82d0

‘এইখন মোৰ শৈশৱৰ মালভূমি নহয়’

18 Jan 2024

পশ্চিমঘাট পৰ্বতমালাৰ বিভিন্ন স্থানীয় প্ৰজাতিৰ জীৱ-জন্তু আৰু গছ-গছনিৰে ভৰা কাচ মালভূমিখন ১,৬০০ হেক্টৰ শিলাখণ্ডৰ ওপৰত থকা এক বৈচিত্ৰময় ভূ-খণ্ড, কিন্তু অনিয়ন্ত্ৰিত পৰ্য্যটকৰ ভীৰত এই স্পৰ্শকাতৰ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে

Authors

Jyoti Shinoli,Siddhita Sonavane,Pankaj Das

Published in
India
Rights
© Jyoti Shinoli,Siddhita Sonavane,Pankaj Das