cover image: জীৱিকাৰ বাট মোকলাই ৰজাৰ গাড়ী যায় প্ৰজাক কঢ়িয়াই

20.500.12592/n02vcp8

জীৱিকাৰ বাট মোকলাই ৰজাৰ গাড়ী যায় প্ৰজাক কঢ়িয়াই

14 Jan 2024

কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলৰ কাষত প্ৰায় পঞ্চাশখনমান ঘোঁৰাগাড়ী শাৰী পাতি ৰৈছে। শীতকালৰ ব্যস্ততাপূৰ্ণ দিনকেইটাত ঘোঁৰাগাড়ীৰ চালক আকিফে তেওঁৰ ঘোঁৰাদুটাৰ আলপৈচান ধৰে, পৰ্য্যটকক ঘোঁৰাত উঠায়। বছৰটোৰ বাকীকেইটা দিনত তেওঁ ৰং মিস্ত্ৰীৰ কাম বিচাৰি ফুৰে

Authors

Sarbajaya Bhattacharya,Ritayan Mukherjee,Sarbajaya Bhattacharya,Priti David,Pankaj Das

Published in
India
Rights
© Sarbajaya Bhattacharya,Ritayan Mukherjee,Sarbajaya Bhattacharya,Priti David,Pankaj Das